Xaaturi paar hobo nuwari xomoyor kulaahol
Dubi heraabole laage moromor xomodol
Gutei sohor ghuri furi mori
Aakou khuj lole jaar bhejaat
Manuhe bisora manuhok pale
Xisorito oboxex ghurai pale
Moromehe khohi pora manuhok xojaay
Xomoye aaul loguwa xuta monor
Otodine him hoi thoka kutha monor
Iman aapun jodi sporxo hoi
Iman xopun jodi jure sokut
Gutei sohor ghuri furi mori
Aakou khuj lole jaar bhejaat
Manuhe bisora manuhok pale
Xisorito oboxex ghurai pale
Moromehe khohi pora manuhok xojaay
সাঁতুৰি পাৰ হ'ব ন োৱাৰি সময়ৰ ক োলাহল
ডুবি হে ৰাবলে লাগে মৰমৰ সমদল
গ োটে ই চহৰ ঘূৰি —ফুৰি —মৰি
আক ৌ ঠিয় ডঙা সাহে ৰে দি লে যি
আক ৌ খ োজ ল'লে যাৰ ভে ঁজাত
মানহেুহে বি চৰা মানহুক পালে
সি চঁৰি ত অৱশে ষ ঘূৰাই পালে
মৰমে হে খহি পৰা মানহুক সজায়
সময়ে আউল লগ োৱা সূতা মনৰ
অতদি ন হি ম হৈ থকা ক োঠা মনৰ
ইমান আপ োন যদি হয় স্পৰ্শ হয়
ইমান সপ োন যদি জ োৰে চকুত
গ োটে ই চহৰ ঘূৰি —ফুৰি —মৰি
আক ৌ ঠিয় ডঙা সাহে ৰে দি লে যি
আক ৌ খ োজ ল'লে যাৰ ভে ঁজাত
মানহেুহে বি চৰা মানহুক পালে
সি চঁৰি ত অৱশে ষ ঘূৰাই পালে
মৰমে হে খহি পৰা মানহুক সজায়