LyricFind Logo
LyricFind Logo
Profile image icon
Lyric cover art

Jiralehi

Apple Music logo
Deezer logo
Spotify logo
Lyrics
জিৰালেহি কুছিমুছি
পৰাণৰ চাপৰি
দিনৰ ভাগৰ
নৈৰ বুকুতে জোকাৰি
নৈৰ টোপনি নাহে
দুপাৰৰ বেজাৰত
গৰাই শুনে
নৈৰ উজাগৰ কাহিনী ৷৷৷

দিনযোৰা ভাগৰত
উৱাদিহ হেৰুৱাই
চাপৰি টোপনি যায়
এচিকুট আদৰত
তৰা জোনৰ ভুমুকিত
দিনৰ সাঁথৰ ভাঙি চায়
ভালপোৱাই নৈক নিচুকাই
চৰাইৰ মাতে বেলিক জগায়
ফৰকাল মন মাজুলী ৷৷৷৷

WRITERS

Dipanka Saikia

PUBLISHERS

Lyrics © IPRS

Share icon and text

Share


See A Problem With Something?

Lyrics

Other