কেতেকী—কেতেকী, শুনো ৰিণি—ৰিণি
চিনাকি—চিনাকি, প্ৰাণৰে চিনাকি
কেতেকী—কেতেকী, শুনো ৰিণি—ৰিণি
চিনাকি—চিনাকি, প্ৰাণৰে চিনাকি
তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান
মনৰে মানসী, এৰাঁনা অভিমান
তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান
মনৰে মানসী, এৰাঁনা অভিমান
হিয়াৰ উমেৰে ৰখা এটি মিঠা নাম
চকুৰে চাৱনি, মুখৰ মিচিকনি
হিয়াৰ উমেৰে ৰখা এটি মিঠা নাম
চকুৰে চাৱনি, মুখৰ মিচিকনি
তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান
মনৰে মানসী, এৰাঁনা অভিমান
তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান
মনৰে মানসী, এৰাঁনা অভিমান