ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু
ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বলাব জানো
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু
(খোজ দিয়া খোজে খোজে ৰম ছায়া হৈ
বাটৰে লগ ললোঁ থাকিম শেষলৈ)
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু
(জিলিকিছে হয় জানা তিৰবিৰ তিৰবিৰ পোহৰজোৰ মনৰ
তৰা হেঁপাহৰ যত তুমি সোণ জোনাক জোনৰ)
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু
ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু
এবুকু মৰমৰ বাহিৰে, মোৰ বুলিবলে আছে কিনো
মিঠা মিঠা সপোনে দিঠকক বলাব জানো
ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু